Friday, December 12, 2014

SCHOOL WEEK' 2014 বিদ্যালয় সপ্তাহ--- ২০১৪ চন।

  1. এই বিদ্যালয়ত ১মবাৰলৈ আয়োজন কৰা মিনি মাৰাথন দৌৰত অংশগ্ৰহণকাৰী ছাত্ৰ সকল।

  2. বিজয়ী খেলুৱৈ সকলক পদক প্ৰদান কৰিছে বিদ্যালয়ৰ শিক্ষক/শিক্ষয়ত্ৰী সকলে।
  3. পৰম্পৰাগত সাজপোছাক প্ৰতিযোগীতাত অংশলোৱা ছাত্ৰ ছাত্ৰী সকলৰএকাংশ। 


6.  তলত শিক্ষক/শিক্ষয়ত্ৰী সকলৰ মাজত আয়োজন কৰা বিয়ানাম      প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱণী কৰা তিনিজন ছাত্ৰ বিচাৰক।



   বিচাৰকে মতামত প্ৰদান কৰিছে।

   গীত পৰিৱেশন কৰিছে কেগৰাকী শিক্ষয়ত্ৰীয়ে।

 






                                                    বটা বিতৰণী অনুষ্ঠান:-






Tuesday, November 26, 2013

জাহ্নৱী-অসমীয়া বানান পৰীক্ষক



কম্পিউটাৰত খৰতকীয়াকৈ অসমীয়া লিখিবলৈ এক উন্নত মানৰ সঁজুলিৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ হাতত লোৱা এক প্ৰকল্পৰ ফলশ্ৰুতিত জাহ্নৱীৰ সৃষ্টি৷ অসমত নিৰ্মাণ কৰা এই সঁজুলিটো বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়োৱা হৈছে৷

এই সঁজুলিটোৰ মুখ্য সুবিধাসমূহ হ’ল-
লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ(Auto Suggestion)
অভিধান
নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা
বানান পৰীক্ষা
ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা
ফকৰা-যোজনা


জাহ্নৱী কৰ্মদলে সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই প্ৰস্তুত কৰি তোলা এই আহিলাটোৰ সফলতা ৰাইজৰ সঁহাৰিৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে ৰাইজলৈ অনুৰোধ এই আহিলাটো ব্যৱহাৰৰ পিছত আপোনাৰ মনত উদয় হোৱা বিভিন্ন পৰামৰ্শ, আপুনি সন্মুখীন হোৱা অসুবিধাসমূহ জনাই আহিলাটো উন্নত কৰাত স্বেচ্ছাসেৱীসকলক উৎসাহ প্ৰদান কৰে যেন।

জাহ্নৱীৰ দ্বিতীয় পৰ্য্যায়ত এখন পূৰ্ণাঙ্গ অফলাইন ডিজিটেল অভিধান, অসমৰ উল্লেখনীয় ঠাই-অনুষ্ঠান/ বুৰঞ্জীমূলক কীৰ্ত্তিচিহ্নসমুহৰ বিৱৰণেৰে সৈতে সংলগ্ন কৰা হ'ব। বৰ্ত্তমান নামমাত্ৰ স্বেচ্ছাসেৱকৰ উদ্যোগত সঁজুলিটো ৰাইজৰ মাজলৈ আগবঢ়োৱা হৈছে৷ নতুন সদস্য অন্তৰ্ভুক্তিৰে ৰাইজৰ মাজলৈ অতি সোনকালে বেছি উন্নত মানৰ সঁজুলিটো আগবঢ়াব পাৰিম বুলি জাহ্নৱী দলৰ ফালৰপৰা আশা কৰিছোঁ।
জাহ্নৱীৰ বিষয়ে

জাহ্নৱী এক অসমীয়া ইউনিক’ডেৰে লিখিবপৰা বহু সুবিধাযুক্ত বিনামূলীয়া ”ৱৰ্ড প্ৰচেছৰ” সঁজুলি, তাৰে কিছুমান বিশেষ সুবিধা হ’ল - লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ, অভিধান,নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা,বানান পৰীক্ষা,ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা, ফকৰা-যোজনা আদি ।

Download links : http://www.jahnabi.org/download.html

Installation and Usage Guide : http://www.jahnabi.org/installation.html

Help-file : http://www.jahnabi.org/help.pdf

facebook group : https://www.facebook.com/groups/jahnabi.soft

জাহ্নৱী ৱৰ্ড প্ৰচেছৰ (http://www.jahnabi.org/)


Monday, August 15, 2011

কর্মৰত শিক্ষক কর্মচাৰী সকল"৬/৯/২০১৪


    বিষয় শিক্ষক:
সর্ব্ব শ্রী গদাধৰ শর্মা (ৰসায়ন বিজ্ঞান)
ড৹ক্ষেমৰাজ নেপাল    (সংস্কৃত)
দ্বিজেন চন্দ্র হাজৰিকা    (জীৱ বিজ্ঞান)
শশীপ্রভা বৰা  (পদার্থ বিজ্ঞান)
দ্বিজেন মহন্ত(অর্থবিজ্ঞান)
সত্যেন্দ্র হাজৰিকা(বুৰঞ্জী)
অসীম কুমাৰ বৰা    (ভূগোল)
মঞ্জুৰী দত্ত (অসমীয়া)
নীলোৎপল শইকীয়া(গণিত)
অঞ্জুমণী শইকীয়া (ইংৰাজী)
অপু দাস(উদ্ভিদ বিজ্ঞান)

সহকাৰী শিক্ষক     
লাৱন্য হাজৰিকা
প্রদীপ বাঢ়ৈ
দুর্গেশ্বৰ ওজা
ৰূপালী শইকীয়া
ৰাতুল শর্মা
মঞ্জুদেৱী শর্মা
ম: নৌচাদ আহমেদ
ৰণ্টু শর্মা
সন্ধ্যা ছেত্রী
বৰুণ কুমাৰ বৰা
জয়ন্ত শর্মা
ৰূপাৰাণী হাজৰিকা
যামিনী বাঢ়ৈ
জীতেন শইকীয়া
দীপাঞ্জলী চক্ৰৱৰ্তী
শ্যামলীমা ভুঞা
ৰাবিয়া চুলতানা
লেলিনা কৈৰী
কম্পি্উটাৰ ফেকাল্টি:
সংগীতা বৰা

গণিত ফেচিলিটেটৰ:

ৰিণ্টুমনি ডেকা

উচ্চবর্গ সহায়ক :
বুধীন্দ্র শর্মা
বৰ্ণালী বৰুৱা


চতুর্থ শ্রেনীৰ কর্মচাৰী :
শ্রীযজ্ঞেশ্বৰ দাস
শ্রীবীৰেন বড়ো
শ্রীমুকুন্দ ভড়ালী
শ্রীমুকুন্দ বৰা
শ্রীভুৱন কোছঁ
শ্রীদুর্গা গিৰী(নৈশ চকীদাৰ)
           

Sunday, August 14, 2011

বিদ্যালয় প্রতিষ্ঠাৰ পৰা বর্তমানলৈকে প্রধান শিক্ষক আৰু অধ্যক্ষ সকল

 বিদ্যালয় প্রতিষ্ঠাৰ পৰা বর্তমানলৈকে প্রধান শিক্ষক আৰু আধ্যক্ষ সকল:
ৰমেশ শর্মা, বি.এ(প্রধান শিক্ষক)
মনমোহন বৰা, বি.এ.(প্রধান শিক্ষক)
লক্ষীধৰ বৰুৱা,বি.এ.(প্রধান শিক্ষক)
মনমোহন বৰা,বি.এ.(অধ্যক্ষ)
কল্যান কুমাৰ দেউৰী ভড়ালী,এম.এ,বি.টি.(অধ্যক্ষ)
তিলক চন্দ্র শর্মা,বি.এ,বি.টি.(ভা: অধ্যক্ষ)
কল্যান কুমাৰ দেউৰী ভড়ালী,এম.এ,বি.টি.(অধ্যক্ষ)
বিদ্যালয় সমুহৰ পৰিদর্শক/উপ পৰিদর্শক মহোদয়(ভা: অধ্যক্ষ)
সোনাৰাম ভূঞাঁ, এম.এচ.চি.(ভা: অধ্যক্ষ)
যোগেন চন্দ্র শর্মা,বি.এচ.চি,এম.এ.(ভা: অধ্যক্ষ)
সদানন্দ দাহাল,এম.এ.(ভা: অধ্যক্ষ)
যোগেশ্বৰ বৰা,এম.এচ.চি.(ভা: অধ্যক্ষ)
লক্ষীপ্রভা শর্মা,এম.এ.(ভা: অধ্যক্ষ)
ব্রিজলাল শৰ্মা,বি.এ,বি.এড.(ভা: অধ্যক্ষ)
লক্ষীপ্রভা শর্মা,এম.এ.(ভা: অধ্যক্ষ)
বিদ্যালয় সমুহৰ পৰিদর্শক মহোদয়(ভা: অধ্যক্ষ)
ব্রিজলাল শৰ্মা,বি.এ,বি.এড.(ভা: অধ্যক্ষ)
সত্যেন্দ্ৰ হাজৰিকা, এম.এ,বি.এড(ভাঃঅধ্যক্ষ)

Wednesday, December 29, 2010

ভাওঁনা "বিৰাট পৰ্ব্ব"ৰ কেইটিমান মূহুৰ্ত...........

ছাত্র সকলৰ অংশগ্রহণ........
Get cash from your website. Sign up as affiliate

নাট আৰম্ভ হ'ব এতিয়া...........

ভাওঁণাত দুগৰাকী ছাত্রী.....

দৌপদী আৰু বিৰাট ৰজাৰ পত্নীৰ কথোপকথন............

ৰাধা-কৃষ্ণৰ ৰূপত দুজন ছাত্র পম্পী আৰু দেবানন্দ